Tata Motors Cosmopolitan Auto

About Us

কচমোপলিটান অটো হৈছে বীৰপ্ৰভু অটোৰ এটা ইউনিট যিটো ০৬/১০/১৯৯৪ তাৰিখে গঠন কৰা হৈছিল। কোম্পানীটোৱে প্ৰধানকৈ অসমৰ কামৰূপত টাটা মটৰ ডিলাৰশ্বিপত নিয়োজিত হৈ আছে। আমি টাটা মটৰ্ছৰ SCV ৰেঞ্জৰ সামগ্ৰীৰ ব্যৱসায় কৰি আছো আৰু ২০১৬ চনত আৰম্ভ হোৱা ডিলাৰশ্বিপটো বৰ্তমান আমাৰ Showroom & Workshop (3S facility) জালুকবাৰী, কামৰূপ, অসমত অৱস্থিত। আমাৰ বিভিন্ন স্থানত 14 Nos of Sales outlet আছে যেনে CHAYGAON, JAGIROAD, AMINGAON, NALBARI, NARANGI, Guwahati, RONGIA, BAITHALANGSU, BOKO, UDALGURI, GORAIMARI, MANGALDOI, BAIHATA, JAGIROAD।

× মই আপোনাক কেনেকৈ সহায় কৰিম?